Hridoyor Kareng

Hridoyor Kareng Lyrics

Tumi Aahibaane  by Zubeen Garg

Song  ·  56,621 Plays  ·  5:34  ·  Assamese

℗ 2017 Box Music

Hridoyor Kareng Lyrics

হৃদয়ৰ কাৰেঙলে
গমকেই নাপালো কেনেকৈ আহিলা
হৃদয়ৰ কাৰেঙলে
গমকেই নাপালো কেনেকৈ আহিলা
আদৰিলো আলফুল যতনে
মনৰ কথা কবলে
নাপালো আঁত বিচাৰি
নাপালো আঁত বিচাৰি
ৰৈ আছো শুনাবলে ভাল পাওঁ চেনেহী
আকাশে কব সুৰুযে কব
জীবন বাটৰ তুমি লগৰী
পথাৰে কব নদীয়ে কব
জীবন বাটৰ তুমি সঙ্গী
তুমি মোৰ ... লগৰী
জীবনৰ সঙ্গী
চকুলে চালেই বুজি পাবা
মোৰ হিয়াৰ বাতৰি
হৃদয়ৰ কাৰেঙৰ মণি কোঠাত তুমি মোৰ কুৱৰী
পথাৰে কব নদীয়ে কব
জীবন বাটৰ তুমি সঙ্গী
তুমি মোৰ ... লগৰী
জীবনৰ সঙ্গী
হৃদয়ৰ কাৰেঙলে
গমকে নাপালো কেনেকৈ আহিলা
আদৰিলো আলফুল যতনে
মনৰ কথা কবলে
নাপালো আঁত বিচাৰি
নাপালো আঁত বিচাৰি

Writer(s): Bibi Devi Barbarooah, Tarali Sarma
Lyrics powered by www.musixmatch.com


More from Tumi Aahibaane

Loading

You Might Like

Loading


5m 34s  ·  Assamese

℗ 2017 Box Music

FAQs for Hridoyor Kareng