Degar Mari

Degar Mari Lyrics

Simantaz Indie (Folk Fusion)  by Simanta Shekhar

Song  ·  81,046 Plays  ·  3:28  ·  Assamese

© 2016 Simanta Shekhar

Degar Mari Lyrics

কপৌ চৰাই কলিজাত জান অ′ই।
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ′ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ'ই আ...

মাছে নো যায় উজায়ে জানা।
নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ′ই নাজানা।
গুলি মাৰি যাম
অ′ বনৰীয়া আ...
অ'... আ...॥

সপোনত ওঁ তোকে দেখো।
দিঠকতো মই তোকে দেখো॥
জান নে নাজান বুজ নে নোবোজ।
পদুম ফুলাদি ফুলিচ বুকুতে॥

কপৌ চৰাই কলিজাত জান অ′ই।
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ′ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ′ই আ...

মাজুলীৰে কনেং তই।
দিচাংমুখৰে ডেকাটি মই॥
বুজিওঁ নোবোজ দেখিওঁ নেদেখ।
পগলা হলো তোৰে মৰমতে॥

কু-কৰণী কলিজাত জান অ'ই
বুকু ফাটি মৰি যাম জান অ'ই॥
যদিও তোক নাপাওঁ মই জান অ′ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ′ বনৰীয়া আনা অ'ই আ...

মাছে নো যায় উজায়ে জানা।
নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ′ই নাজানা।
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
নদী জাপে দি মৰি যাম
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
অ' বনৰীয়া আনা অ′ই আ...

Lyrics powered by www.musixmatch.com


More from Simantaz Indie (Folk Fusion)

Loading

You Might Like

Loading


3m 28s  ·  Assamese

© 2016 Simanta Shekhar

FAQs for Degar Mari